ভাৰতত মুকলি কৰা হ’ল Poco M3

1fb56c611fd295bd937c8c0a1c03d560b844bdf0

★Poco এম3 6.53 ইঞ্চিৰ Fএইচডি+ ৰ স’তে উপলব্ধ ।

★৬ জিবি ৰেমৰ স’তে ১২৮GB লৈকে ইণ্টাৰনেল ষ্টোৰেজৰ স’তে আহিব ।

★Poco এম3-এ এটা বৃহৎ 6,000mAh বেটাৰি আৰু 18W দ্ৰুত চাৰ্জিং সমৰ্থন কৰে।

★POCO M3-ত পিছফালে 48MP প্ৰাইমাৰ চেন্সৰ, পোৰ্ট্ৰেট শ্বটৰ বাবে 2MP এক্সট্ৰানেল চেন্সৰ, আৰু বন্ধ শ্বটৰ বাবে 2MP মেক্ৰো লেন্স আছে।

★ফোনটো থাকিব ৪৮+২MP+২MP ৰেয়াৰ কেমেৰা।

★Poco এম3 প্ৰচেছৰ ত Qualcomm স্নেপড্ৰেগন ৬৬২ থাকিব।

Exit mobile version