ভাৰতত মুকলি কৰা হৈছে ৰিয়েলমি X7 5G

★ Realme X7 MediaTek Damentity 800U SoC-ৰ দ্বাৰা চালিত হ’ব।

★Realme X7 5G ত এটা সম্পূৰ্ণ-এইচডি+ চুপাৰ AMOLED ডিচপ্লে থাকিব।

★ 50W ফাষ্ট চাৰ্জিং সমৰ্থনৰ স’তে 4,310mAh বেটাৰি পেকত আহিব এই স্মাৰ্ট ফোনটো।

★ Realme X7 5G স্মার্টফোনটোৰ ওজন ১৭৬ গ্ৰাম ।

★ইয়াৰ ৰেম 6GB আৰু 6.40ইঞ্চি ডিচল্লে ৰ স’তে উপলব্ধ Realme X7 5G

Exit mobile version