প্ৰেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মুল্যবৃদ্ধিৰ প্ৰতিবাদত তিনিচুকীয়াত যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী

WhatsApp Image 2021 02 05 at 1.02.42 PM 1

 

প্ৰেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰতিবাদত আজি তিনিচুকীয়া গোপীনাথ বৰদলৈ পথত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত, তিনিচুকীয়া, মাকুম, বৰডুবি, মাটিয়াখানা-লোহালী আঞ্চলিক সমিতিৰ সহযোগত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ লগতে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ।

যুৱ-ছাত্ৰ পৰিষদে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি পুত্তলিকা দাহ কৰি প্ৰেট্ৰ’ল-ডিজেলৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ নকৰিলে সংগঠনটোৱে অনাগত দিনত তীব্ৰ আন্দোলন গঢ়ি তুলাৰ হুংকাৰ প্ৰদান কৰে ৷

Exit mobile version