জীৱন সংগীত আৰু এজন মাছ বেপাৰী

মহানগৰীৰ অলিয়ে গলিয়ে কান্ধত ভাৰ লৈ বিগত কেবা বছৰজুৰি মাছ বিক্ৰী অহা ধৰেশ্বৰ দাসৰো আছে এটি সুৰীয়া মন, সুললিত কণ্ঠ আৰু বহু সপোন। 1962ত নলবাৰী জিলাৰ জন্ম গ্ৰহণ কৰা দাসে সুন্দৰ গীত পৰিৱেশন কৰে। তেওঁ নিজে গীত ৰচনাও কৰে। জীৱনৰ পাকচক্ৰত তেওঁ প্ৰতিভাৰ, তেওঁৰ সপোনৰ পূৰ্ণৰূপ দিব পৰা নাই যদিও সঙ্গীত চৰ্চা এৰি দিয়া নাই। ‘ মনত আছে বহু দুখ বেদনা। দুবছৰ ৰামেশ্বৰ পাঠক ছাৰৰ লগতো কাম শিকিছিলো।

গায়ক হব বিচাৰিছিলো। জীৱিকাৰ বাবে গুৱাহাটীত মাছ বিক্ৰী কৰো। সৰুতে দেউতাৰ লগত আহিছিলো। পাছত নিজে কৰো। মই তবলাও বজাও। বিদ্যালয়ৰ দুৱাৰ দেখা নাপালো। গাঁওত আমাৰ এটা বেণ্ড পাৰ্টিও আছে। মাজে মাজে কাম পাওঁ। লৰা ছোৱালীক বেছি পঢ়োৱা নহল। লৰা দুটা, দুই ছোৱালী। লৰাই ৰা

Exit mobile version