Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    এল নিনোৰ প্ৰভাৱ: ভাৰতত বৃদ্ধি পাব গৰম, হ্ৰাস পাব পাৰে বৰষুণ

    হৰমুজ প্ৰণালীত উত্তেজনা তীব্ৰ: ইৰানৰ ১৬খন নৌকা ধ্বংস কৰাৰ দাবী আমেৰিকাৰ

    Raijor Dal Pressmert:মিত্ৰতা সন্দৰ্ভত গৌৰৱ গগৈৰ সাময়িকভাৱে বিৰতি বিচাৰি কৰা ফেচবুক পোষ্ট সম্পৰ্কত ৰাইজৰ দলৰ সংবাদমেল

    Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

    ছত্তীশগড়ত বৃহৎ আত্মসমৰ্পণ: অস্ত্ৰ-শস্ত্ৰসহ ১০৮ মাওবাদীৰ আত্মসমৰ্পণ

    আক্ৰমনত আহত ইৰানৰ নতুন নেতা? দাবীক লৈ জল্পনা তীব্ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে জানো আহক

publisher by publisher
February 14, 2021
in Lifestyle
Reading Time: 1 min read
0
অমিতাই আমাৰ স্বাস্থ্য ৰক্ষাত কিদৰে সহায় কৰে জানো আহক
10
SHARES
104
VIEWS
ShareShareShareShare

★হজম শক্তি বৃদ্ধি কৰাত কেঁচা অমিতা অতি উপকাৰী। কেঁচা অমিতাত পেপেইন ,কাইম’পেপেইন আদি বিভিন্ন এনজাইম আছে যিয়ে কার্বহাইড্রেট, স্নেহ আৰু প্ৰটিনৰ বিপাকত সহায় কৰে।

ADVERTISEMENT

★কেঁচা অমিতাৰ চবজি মাজে মাজে খালে আমাৰ পাচনতন্ত্ৰৰ কাৰ্য্য সুন্দৰ ভাবে চলি থাকে। কৌষ্ঠকাঠিন্য, অর্শ ৰােগত কেঁচা অমিতা উপকাৰী।

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

ace5a417a07b9add★ইয়াত থকা আঁহে পেট পৰিস্কাৰ কৰে। অৰ্শ ৰােগীয়ে নিয়মিতভাৱে কেঁচা অমিতাৰ আঞ্জা বা চবজি খালে ভালেখিনি,উপশম লাভ কৰে।

★আমাৰ শৰীৰত নানা ধৰণৰ বিপাকীয় কাৰ্য্য চলি থাকে যিবােৰত বহুতাে অলাগতিয়াল বর্জিত পদার্থ বা তকচিল উৎপন্ন হয়। এইবােৰ শৰীৰৰ জমা হৈ গ’লে আমাৰ এলার্জি, ছালৰ সমস্যা আদি নানান ৰােগ হােৱাৰ সম্ভাৱনা বাঢ়ি যায়। সেয়েহে সময়ে খাদ্য বা ঔষধিৰ দ্বাৰা এইবােৰ নিষ্কাষণ কৰিবলৈ চেষ্টা কৰা উচিত। শৰীৰৰ শােধন বা বডী দিতক্স কৰাত কেঁচা অমিতা অতি উপকাৰী।

fresh papaya 1532587878 4138570★খাৰধৰ্মী হােৱা বাবে আৰু ইয়াত থকা এনজাইম আৰু আঁহে শৰীৰৰ শােধন কৰে।

★গেছ, বদহজম, বুকু জ্বলা পােৰা,  সমস্যাতাে কেঁচা অমিতা উপকাৰী।

kacche papite ki curry★কলেষ্টৰল সমস্যাত কেঁচা অমিতা উপকাৰী। ই হার্ট সুৰক্ষা কৰে। সেয়েহে হাৰ্টৰ ৰােগীয়ে মাজে সময়ে কেঁচা অমিতাৰ আঞ্জা খাওক।

★কেটেৰেক্ট বা বয়সস্থ লােকৰ হােৱা চকুৰ বিভিন্ন সমস্যাতাে কেঁচা অমিতা উপকাৰী।

61SF5aN8SkL. SY450★হাপানী, ব্রংকাইটিছ, কাহ, জ্বৰ আদিত কেঁচা অমিতা উত্তম পথ্য। তনচিলাইটিছ, ফেৰিঞ্জাইটিছ আদিতাে খাৰ দি বনােৱা কেঁচা অমিতাৰ ব্যঞ্জন অতি উপকাৰী।

★বাতবিষ, অষ্টিওআথ্রাইটিছ,গাউত আদি বিভিন্ন সমস্যাত কেঁচা অমিতা উপকাৰী।

papaya face mask shutterstock 650400055★খাৰধর্মী হােৱা বাবে প্ৰসাৱৰ বেক্টেৰিয়াজনীত সংক্রমণত ই উপকাৰী।

★ ওজন কমােৱাতােও কেঁচা অমিতাই সহায় কৰে। কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ আছে । ডায়েট প্লেনত থকা সকলে মাজে সময়ে কেঁচা অমিতাৰ চবজি খােৱা উচিত।

Papayas 2★সুন্দৰ স্বাস্থ্যউজ্জ্বল ছালৰ ৰহস্য আমাৰ খাদ্যাভ্যাসত নিহিত থাকে। পিম্পলছ, ক’লা দাগ, এলার্জি আদি ছালৰ সমস্যা থকা লােকে কেঁচা অমিতাৰ চবজি মাজে মাজে সেৱন কৰিলে সুফল পায়।

★ই পাচনতন্ত্র পৰিষ্কাৰ কৰে, তেজৰ পৰিষ্কাৰ কৰে আৰু খাৰধৰ্মী হােৱাৰ বাবে ছালৰ সমস্যাত কেঁচা অমিতা উপকাৰী।

0fb4e845ab2b82b265050084f048b8e8★ডায়েবেটিছ ৰােগীৰ বাবেও কেঁচা অমিতা উত্তম পথ্য।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsHealthpapaya
publisher

publisher

Related Posts

আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ
Lifestyle

March 9, 2026
এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ
Lifestyle

এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

March 9, 2026
সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে
Lifestyle

সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

March 7, 2026
কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই
Lifestyle

কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

March 5, 2026
ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?
Lifestyle

ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

February 28, 2026
গাখীৰৰ লগত ফল খালে কি হয়?
Lifestyle

গাখীৰৰ লগত ফল খালে কি হয়?

February 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d