শ্বাহৰুখ আৰু ছলমানৰ জনপ্ৰিয়তাৰ ইমানে বেছি যে তেওঁলোকে কাম কৰা সময়ত পৰিচালক আৰু প্ৰযোজকসকলৰ কথাও নুশুনে । তেওঁলোকে বিচৰা ধৰণেই শ্বুটিঙৰ কাম চলি যায় । কিন্তু আপুনি জানে নে এবাৰ তেওঁলোক দুয়ো এজন নায়িকাৰ পৰা ধমকি খাই সেই দিনটো শান্তভাৱে শ্বুটিং কৰিছিল।
এজন নায়িকাৰ পৰা ধমক খাই নিশা জাগি নাচৰ অনুশীলন কৰিছিল শ্বাহৰুখ আৰু ছলমানে
