বিশিষ্ট শিল্পী মীনা চক্ৰৱৰ্ত্তীৰ বিয়োগ

WhatsApp Image 2021 02 17 at 5.54.41 PM

গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্রথম মহিলা কামৰূপী লোকগীতৰ শিল্পী, লুইতকোঁৱৰ ৰূদ্র বৰুৱাৰ তত্বাৱধানত অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সাংস্কৃতিক শাখাৰ এগৰাকী জনপ্ৰিয় গীত, নৃত্য শিল্পী তথা বিশিষ্ট অভিনেতা শ্ৰীযুত নীলু চক্রৱর্ত্তীৰ পত্নী মীনা চক্রৱর্ত্তীৰ ১৭ ফেব্ৰুৱাৰীৰ পুৱতি নিশা ২:৫৮ মিনিটত উজান বজাৰস্থিত নিজ বাসভৱনত মৃত্যু হয়।

বিহু আনন্দীয়া, বিহু বিনন্দীয়া ‘HMV record ৰ জনপ্ৰিয় বিহুগীতৰ শিল্পী’ গৰাকীৰ মৃত্যুৰ সময়ত বয়স আছিল ৭২ বছৰ ।

Exit mobile version