তিনিচুকীয়াত চাহ শ্ৰমিকৰ দৈনিক মজুৰি নিৰ্ধাৰণৰ দাবীত আটছাৰ প্ৰতিবাদ

64691852 61a5 4d5a 91b4 cd87ba4a91f4

অসম চাহ জনজাতি ছাত্ৰ সন্থা তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু শাখা সমিতি সমূহৰ সহযোগত চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি নিৰ্ধাৰণ কৰাৰ দাবীত জিলা উপায়ুক্তৰ কায্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

উক্ত প্ৰতিবাদৰ জৰিয়তে চাহ শ্ৰমিকসকলৰ দৈনিক মজুৰি ৩৫১ টকালৈ বৃদ্ধি কৰাৰ দাবীত বৰগুৰিৰ আটছাৰ ছাত্ৰাবাসৰ পৰা জিলা উপায়ুক্তৰ কায্যালয়ৰলৈকে সমদল কৰি বিভিন্ন প্ৰতিবাদেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Exit mobile version