এটা আচৰিত কেক।কেকটো এটা শৰীৰৰ আকাৰত তৈয়াৰ কৰা হৈছে।চিকিৎসাধীন এজন ৰোগীৰ বাবে বনোৱা হৈছে এইটো বিশেষ কেক।ফটোখনত দেখা গৈছে এজন ৰোগী চিকিৎসাধীন হৈ হাস্পতালৰ বিছনাত শুই আছে আৰু বিছনাখনৰ কাষত দেখা গৈছে ঔষধৰ বটল আৰু পাৰিবাৰিক কিছু ফটো ।
ADVERTISEMENT