এমাহত তৃতীয়টো অসম ভ্ৰমণলৈ প্ৰধানমন্ত্ৰী

pm modi greet 660 140420100450 140420122655

অসমত আহি উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।

ডিব্ৰুগড়ৰ পৰা হেলিকপ্টাৰযোগে চিলাপথাৰত আহি বিশাল জনসভাত অংশগ্ৰহণ প্ৰধানমন্ত্ৰীৰ।

অনুষ্ঠানটোত উপস্থিত আছে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিভিন্নজন ৰাজনৈতিক নেতা।

আজি ধেমাজিৰ চিলাপথাৰত কে’বাটাও প্ৰকল্পৰ আৰম্ভণি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে ।

Exit mobile version