অসমত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

EvCf0 tU4AEqsb

● আজি কে’বাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ।
● পুৰণিগুদামস্থিত এছিয়াৰ ভিতৰত সৰ্ববৃহৎ লিংগাকাৰ মহা মৃত্যুঞ্জয় মন্দিৰ দৰ্শন গৃহমন্ত্ৰী শ্বাহৰ ।


● বটদ্ৰৱাৰ সৌন্দৰ্যবৰ্ধন প্ৰকল্পৰ আৰম্ভণি ।
● এই অনুষ্ঠানত গৃহমন্ত্ৰী শ্বাহে অংশ ল’ব ।

● বিশাল জনসভাটো অংশগ্ৰহণ কৰিব গৃহমন্ত্ৰীগৰাকীয়ে ।
● ইয়াৰ পাছতেই ডিফুলৈ ৰাওনা হ’ব গৃহমন্ত্ৰী শ্বাহ ।

● ডিফুত কাৰ্বি সংগঠনৰ যুদ্ধবিৰতি চুক্তি অনুষ্ঠান অনুষ্ঠিত ।
● এই অনুষ্ঠানত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী শ্বাহ ।

Exit mobile version