শীঘ্ৰে ভাৰতত উন্মোচন পাব ভিভ’ এক্স৬০

Vivo X60 b

● ভিভ’ এক্স৬০ত উপলব্ধ হ’ব ত্ৰিপল ৰেয়াৰ কেমেৰা ।
● ভিভ’ এক্স৬০ প্ৰ’ আৰু ভিভ’ এক্স৬০ প্ৰ’+ একেদিনাই উন্মোচন হোৱাৰ সম্ভাৱনা আছে ।
● ভিভ’ এক্স৬০ ৪,৩০০mAh বেটেৰীযুক্ত,৩৩ৱাট ফাষ্ট চাৰ্জিং ।
● ডুৱেল ছিম (নেন’) ভিভ’ এক্স৬০ এণ্ড্ৰইড ১১ৰ ভিত্তিত অৰিজিনঅ’এছ ১.০ত চলে‌ ।
● ভিভ’ এক্স৬০ ৬.৫৬ ইঞ্চি ফোল এইচডি+(১,০৮০×২,৩৭৬পিক্সেলছ) অম’লড ডিছপ্লেযুক্ত ।
● ইয়াৰ এছপেক্ট ৰেচিঅ’ ১৯.৮:৯, ১২০ হাৰ্জ ৰিফ্ৰেছ ৰেট ।
● এইচডিআৰ ১০ আৰু এইচডিআৰ ১০+ সমৰ্থক ।
● ভিভ’ এক্স৬০ অক্টাক’ৰ এক্সিন’ছ ১০৮০ এছঅ’চি দ্বাৰা চালিত ।
● এলপিডিডিআৰ৪এক্স ৰেমৰ ১২ জিবি ৰেমযুক্ত ।

Exit mobile version