মাজেৰালগাত ১৭ টা গৰু আৰু ১০ টা ম’হ উদ্ধাৰ

WhatsApp Image 2021 03 01 at 2.02.42 PM

গৰুৰ চোৰাং বেহা চলোৱাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখি দক্ষিণ শালমাৰা আৰক্ষীয়ে আজি ফকীৰগঞ্জ আৰক্ষী থানাৰ অধীনত বণ্ডিহানা আউট প’ষ্টৰ অন্তৰ্গত ৩ নং মাজেৰালগাত ১৭ টা গৰু আৰু ১০ টা ম’হৰ উদ্ধাৰ কৰে ।

ADVERTISEMENT

আইন অনুসৰি প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

Exit mobile version