বিশিষ্ট সংগীত শিল্পী প্ৰভাত শৰ্মাৰ দেহাৱসান

Untitled design 2021 03 02T094942.947

● পুৱা ছয় বজাত নিগাজীপামৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে প্ৰভাত শৰ্মাই ।
● কিছুদিনৰ পৰা শাৰীৰিকভাৱে অসুস্থ হৈ আছিল শিল্পীগৰাকী ।
●৮৬ বছৰ বয়সত দেহাৱসান ঘটে প্ৰভাত শৰ্মাৰ ।

● বিশিষ্ট বাঁহী বাদক হিচাপে সুখ্যাতি অৰ্জন কৰিছিল বিশিষ্ট শিল্পীজনে ।

● সংগীত নাটক অকাডেমী বঁটাৰে লাভ কৰিছিল ।
● নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ’ব ।
●বিশিষ্ট সংগীত শিল্পীজনৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ শোক প্ৰকাশ ।

Exit mobile version