এমট্ৰন কাৰিকৰী কর্মচাৰী সংস্থাৰ নতুন কমিটি গঠন

WhatsApp Image 2021 03 04 at 6.46.07 PM

এমট্ৰন কাৰিকৰী কৰ্মচাৰী সংস্থাৰ সাধাৰণ সভা তিনি মাৰ্চত বামুণী মৈদামস্থিত মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হৈ যায় । সভাত কৰ্মচাৰীসকলে ভোগ কৰি অহা বিভিন্ন সমস্যাৰ সমাধানৰ বাবে কে’বাটাও প্ৰস্তাৱ গ্ৰহণ কৰা হয় ।

তেনেদৰে আগন্তক ২০২১-২৩ দ্বি বর্ষৰ বাবে সৰ্বসন্মতি ক্ৰমে প্ৰবীণ কুমাৰ গগৈক সভাপতি, প্ৰাঞ্জল শৰ্মাক উপ সভাপতি, কল্যাণ বৈৰাগীক সাধাৰণ সম্পাদক, চৌয়দ ইছফাকুল হকক সহকাৰী সাধাৰণ সম্পাদক, ইন্দিৰা চেতিয়াক কোষাধক্ষ্য, হৰ কুমাৰ ৰাভাক সাংগঠনিক সম্পাদক, ন জনক কাৰ্যকৰী সদস্য আৰু চাৰি জনক উপদেষ্টা হিচাপে লৈ সংস্থাৰ কাৰ্যকৰী কমিটিখন গঠন কৰা হয় ।

Exit mobile version