ৰিয়ান পৰাগ, কপিল বৰা, অনিন্দিতা পাল, ৰাকেশ বনিকক ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি নিৰ্বাচন আয়োগৰঃ ভোটাৰৰ মাজত সজাগতা সৃষ্টিত গুৰুত্ব

"এয়া যে সময় নিৰ্বাচনৰ, এয়া যে সময় ভোটদানৰ" শীৰ্ষক থীম ছং মুকলি

WhatsApp Image 2021 03 05 at 1.14.37 PM

* জনতা ভৱনত নিৰ্বাচন আয়োগৰ CEO নীতিন খাড়েৰ সংবাদমেল |

* আগন্তুক নিৰ্বাচনত ভোটাৰৰ মাজত সজাগতা সৃষ্টিত গুৰুত্ব আয়োগৰ |

* ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ প্ৰতিজন ভোটাৰক আহ্বান খাড়েৰ |

* ক্ৰিকেটাৰ ৰিয়ান পৰাগ, অভিনেতা কপিল বৰা, কণ্ঠশিল্পী অনিন্দিতা পাল,পেৰাচাইক্লিষ্ট ৰাকেশ বনিকক অসমৰ নিৰ্বাচনৰ ব্ৰেণ্ড এম্বেচাদৰ নিযুক্তি নিৰ্বাচন আয়োগৰ |

* ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ প্ৰয়াস কৰিব নিযুক্তিপ্ৰাপ্ত ব্ৰেণ্ড এম্বেচাদৰকেইজনে।

* ‘ব’হাগ আৰু বহাগী’ হ’ব নিৰ্বাচন আয়োগৰ শুভংকৰ।

* মুকলি কৰা হ’ল নিৰ্বাচন আয়োগৰ থীম ছং |

* ‘আমি সজাগ ভোটাৰ, ভোটদান আমাৰ অধিকাৰ’ শীৰ্ষক শ্ল’গানেৰে সজাগতা সৃষ্টিত গুৰুত্ব নিৰ্বাচন আয়োগৰ।

* CEO খাড়েঃ ২০১৬ ত ভোটদানৰ হাৰ আছিল ৮০ শতাংশ |

* আসন্ন নিৰ্বাচনত ভোটদানৰ হৈছিল ৰ ৮৫ শতাংশলৈ বৃদ্ধিৰ লক্ষ্য |

* ক’ভিড পৰিস্থিতিৰ বাবে বৃদ্ধি পাইছে ৫,৩৫২ টা ভোটকেন্দ্ৰ |

* নিৰ্বাচন আয়োগৰ গাইড লাইন অনুসৰি এই সিদ্ধান্ত |

* ২০১৬ ত ভোটদানৰ হাৰ কম হোৱা স্থানত সজাগতাত অধিক গুৰুত্ব |

* পৰম্পৰাগত সাজ-পোছাকেৰে প্ৰস্তুত কৰা হৈছে শুভংকৰ |

* ‘এয়া যে সময় নিৰ্বাচনৰ, এয়া যে সময় ভোটদানৰ ‘শীৰ্ষক থীম ছং মুকলি |

* থীম ছঙৰ কথা পাপলু চেতিয়াৰ।

* বাটৰ নাট’ৰ জৰিয়তেও ভোটাৰৰ মাজত সৃষ্টি কৰিব সজাগতা |

Exit mobile version