বিজেপিত যোগদান পৰমানন্দ ৰাজবংশী আৰু ৰূপেশ গোৱালাৰ

p2 22

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীয়ে অসম গণ পৰিষদ আৰু অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক ৰূপেশ গোৱালাই কংগ্ৰেছ ত্যাগ কৰি আজি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰে। দলৰ কাৰ্যালয়ত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে দুয়োকে দললৈ আদৰণি জনায়।

ADVERTISEMENT
Exit mobile version