কংগ্ৰেছত যোগদান বিজেপিৰ টিকট বঞ্চিত ছুম ৰংহাঙৰ

WhatsApp Image 2021 03 07 at 5.07.34 PM

* কংগ্ৰেছত যোগদান বিজেপিৰ টিকট বঞ্চিত ছুম ৰংহাঙৰ |

* ডিফু সমষ্টিৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী হৈ আগবঢ়াব প্ৰতিদ্বন্দ্বিতা |

* বিজেপিয়ে টিকট নিদিয়াৰ ফলতে কংগ্ৰেছত যোগ দিলে জ্যেষ্ঠ ৰাজনীতিজ্ঞ জনে |

* তুলিৰাম ৰংহাঙৰ দুৰ্নীতি নিশেষ নোহোৱা পৰ্যন্ত এনে কাৰ্য চলি থাকিব |

*যোগ্যজনক সন্মান দিব নাজানে বিজেপিয়ে |

Exit mobile version