দৰং জিলা গৃহৰক্ষী বাহিনীৰ সংবাদ মেল

ভোট বৰ্জনৰ হুংকাৰ গৃহৰক্ষী বাহিনীৰ

● ১৫ মাৰ্চৰ ভিতৰত দাবী মানি নল’লে ভোট বৰ্জন কৰিব দৰং জিলা গৃহৰক্ষী বাহিনীয়ে ৷
● চাকৰি নিয়মীয়া কৰণৰ দাবী গৃহৰক্ষী বাহিনীৰ ।
● তিনিশ টকাৰ হাজিৰাত কাম নকৰে গৃহৰক্ষী বাহিনীৰ জোৱানে ৷
● দাবী মানি নল’লে বৰ্জন কৰিব নিৰ্বাচন ।
● ২০২১ৰ বিধানসভা নিৰ্বাচন বৰ্জন কৰিব দৰং জিলা গৃহৰক্ষী বাহিনীৰ ১২০০ জোৱান পৰিয়াল আৰু সদৌ অসমত থকা ২৭ হেজাৰ জোৱানৰ পৰিয়ালে ৷
● গৃহৰক্ষী বাহিনীয়ে উত্থাপন কৰা দাবীসমূহ মানি নল’লে অহা ১৫ মাৰ্চৰ পৰা কৰ্ম বিৰতি ঘোষণা ক্ষুদ্ধ জোৱানৰ ৷

Exit mobile version