বোকাজানৰ চিলনীজানত ভয়ংকৰ পথ দুৰ্ঘটনা

ট্ৰাক আৰু স্কুটিৰ মুখামুখি সংঘৰ্ষ।

ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰতে দাও-দাওকৈ জ্বলি উঠে ট্ৰাক আৰু স্কুটি।

বোকাজান অভিমুখে আহি আছিল চিমেণ্ট ভৰ্তি ট্ৰাকখন।

নিমিষতে জুই লাগি নিহত দুজন স্কুটি আৰোহী।

জ্বলি উঠা ট্ৰাকখনৰ নম্বৰ AS 01 LC 2466

স্কুটি আৰোহীজনৰ এতিয়ালৈকে পৰিচয় জানিব পৰা নাই ।

সৰুপথাৰৰ পৰা অগ্নিনিৰ্বাপক বাহিনী আহি জুই নুমোৱাবলৈ সক্ষম হয়।

Exit mobile version