হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰত আন্তৰ্জাতিক মহিলা দিৱস উদযাপন

চাৰি গৰাকী মহিলা কৃষকক বিশেষ সন্মান

WhatsApp Image 2021 03 08 at 6.56.41 PM

সমগ্ৰ দেশৰ লগতে আজি হাউলীস্থিত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰতো আন্তৰ্জাতিক নাৰী দিৱস উদযাপন কৰা হয় । নাৰী দিৱসৰ লগত সংগতি ৰাখি উক্ত অনুষ্ঠ‍ানত জিলাখনৰ চাৰি গৰ‍াকী আদৰ্শ মহিলা কৃষকক সম্বৰ্ধনা জনোৱ‍াৰ লগতে মান পত্র প্ৰদান কৰা হয় ।

ADVERTISEMENT

সম্বৰ্ধনা গ্ৰহণ কৰা আদৰ্শ মহিলা কৃষক কেইগৰাকী হৈছে সৰ্থেবাৰীৰ জয়া বৰগোহাঁই, সৰভোগৰ কল্পনা বৰ্মন, শেৱালী বৰঠাকুৰ আৰু সৰুক্ষেত্রীৰ মমতাজ জাহানক । উল্লেখযোগ্য যে, মহিলা কেইগৰাকীয়ে এসময়ত বৰপেটা কৃষি বিজ্ঞান কেন্দ্ৰৰ পৰা প্ৰশিক্ষণ গ্ৰহণ কৰি কৃষি খণ্ডত নিজকে স্বাৱলম্বী কৰিবলৈ সক্ষম হৈছে ।

Exit mobile version