ক’ভিড আপডেট

bloombergquint 2021 03 ad630ec1 e5a6 416d beed 584ca4bd2f50 368998755 1

●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৫ হেজাৰ ৩৮৮ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।
●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১২ লাখ ৪৪ হেজাৰ ৭৮৬ জন ।
● যোৱা ২৪ ঘণ্টাত ১৬ হেজাৰ ৫৯৬ জন লোক ক’ভিড মুক্ত হৈছে ।
● মুঠ সুস্থতাৰ সংখ্যা হৈছে এক কোটি আঠ লাখ ৯৯ হেজাৰ ৩৯৪ জন ।
●ইতিমধ্যে এক লাখ ৫৭ হেজাৰ ৯৩০ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।
●বিগত ২৪ ঘণ্টাত ৭৭জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।

Exit mobile version