বৰপথাৰ আৰক্ষীৰ নিয়মীয়া নাকা তালাচীত হিমাদ্রি নামৰ AS09C 2272 নম্বৰৰ এখন যাত্ৰীবাহী বাছৰ পৰা জব্দ প্ৰায় ৪০ লক্ষাধিক টকা । গোলাঘাটৰ ব্যৱসায়ী পৱন কুমাৰ শৰ্মা নামৰ এজন ব্যক্তিৰ পৰা জব্দ কৰা হৈছে ধন খিনি । তথ্য অনুসৰি ডিমাপুৰৰ পৰা অনা হৈছিল ধন খিনি ।
বোকাজানৰ বৰপথাৰ আৰক্ষীৰ নিয়মীয়া তালাচীত বৃহৎ পৰিমাণৰ নগদ ধন জব্দ
-
By publisher

Related Content
তামিলনাডুত নতুন যুগৰ সূচনা!
By
publisher
May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই
By
publisher
May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
By
publisher
May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
By
publisher
May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
By
publisher
May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
By
publisher
May 8, 2026