মাজুলী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মনোনয়ন পত্ৰ দাখিল কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

75128639 918d 4e58 bb82 dd570300b230

আজি প্ৰথম পৰ্যায়ৰ নিৰ্বাচনীৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিমটো দিন।মাজুলী জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অগপৰ সভাপতি অতুল বৰাৰ উপস্থিতিত মনোনয়ন দাখিল কৰে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

Exit mobile version