ক’ভিড আপডেট

download 2

●কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত ভাৰতত ১৭ হেজাৰ ৯২১ জন লোক নতুনকৈ ক’ভিড-১৯ত আক্ৰান্ত হৈছে ।

●মুঠ ক’ভিড আক্ৰান্তৰ সংখ্যা হৈছে এক কোটি ১২ লাখ ৬২ হেজাৰ ৭০৭ জন ।

●ইতিমধ্যে এক লাখ ৫৮ হেজাৰ ৬৩ জন লোকে কৰ’নাত আক্ৰান্ত হৈ প্ৰাণ হেৰুৱাইছে ।

●বিগত ২৪ ঘণ্টাত ১৩৩ জন ক’ভিড ৰোগীৰ মৃত্যু হৈছে ।

Exit mobile version