■ ১২৪ নং মাৰ্ঘেৰিটা বিধান সভা সমষ্টিৰ বুঢ়ীদিহিং গাঁও পঞ্চায়তৰ অন্তৰ্গত ডুমডুমা নগাঁৱত বিজেপি দলৰ বুথ সভাপতি দেবানন্দ গগৈক হত্যা ।
■ তথ্য অনুসৰি সন্ধিয়া কোনো অজ্ঞাত দুৰ্বৃত্তই চুৰী মাৰি হত্যা কৰে বিজেপিৰ বুথ সভাপতিজনক।
■ ঘটনাক লৈ বৰডুচাত তীব্ৰ চাঞ্চল্য ।
■ ৰাজনৈতিক হত্যাৰ অভিযোগ উত্থাপন হৈছে ৷
তিনিচুকীয়া জিলাত প্ৰাক নিৰ্বাচনী হিংসা
-
By publisher
Related Content
App Assam Pressmeet In Guwahati:পুনৰ চৰকাৰী বিদ্যালয় বন্ধৰ নিৰ্দেশ !
By
publisher
May 6, 2024
Air India Flight:বিমানযাত্ৰীয়ে লগত নিব পাৰিব ১৫ কিলো সামগ্রী !
By
publisher
May 6, 2024
Polling Will be Held in 95 Constituencies in 12 States Tomorrow:কাইলৈ ভোট গ্ৰহণত ভাগ্য নিৰ্ণয় হ'ব
By
publisher
May 6, 2024