Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

ফেচবুকৰ জৰিয়তে গঢ়ি উঠা সাত বছৰীয়া প্ৰেমৰ সম্পৰ্ক বিছিন্ন কৰি আত্মগোপন কৰা প্ৰেমিকৰ বিৰুদ্ধে যুৱতীৰ গোচৰ ৰুজু

আৰক্ষীৰ তৎপৰতাত প্ৰতাৰক প্ৰেমিকক জেললৈ প্ৰেৰণ

publisher by publisher
March 12, 2021
in Assam, India, News
Reading Time: 1 min read
0
ফেচবুকৰ জৰিয়তে গঢ়ি উঠা সাত বছৰীয়া প্ৰেমৰ সম্পৰ্ক বিছিন্ন কৰি আত্মগোপন কৰা প্ৰেমিকৰ বিৰুদ্ধে যুৱতীৰ গোচৰ ৰুজু
5
SHARES
45
VIEWS
ShareShareShareShare

সাত বছৰ প্ৰেমৰ সম্পৰ্ক গঢ়ি তোলাৰ পাছত প্ৰৱঞ্চনা কৰা কনিষ্ঠ অভিযন্তা এগৰাকী আজি ৰঙা ঘৰৰ আলহী হ’ব লগা হয় কোকৰাঝাৰত ৷ উল্লেখ্য যে, ফেচবুকৰ জৰিয়তে গঢ়ি উঠা সাত বছৰীয়া প্ৰেমৰ সম্পৰ্ক বিছিন্ন কৰি আত্মগোপন কৰা প্ৰেমিক জনৰ বিৰুদ্ধে উপায় বিহীন হৈ নিঃসহায় যুৱতী গৰাকীয়ে কোকৰাঝাৰ থানাত দিয়া গোচৰৰ মৰ্মে অৱশেষত কনিষ্ঠ অভিযন্তা এগৰাকী জেললৈ যাব লগীয়া হোৱা ঘটনাই কোকৰাঝাৰৰ বিভিন্ন মহলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ADVERTISEMENT

ইতিমধ্যে কোকৰাঝাৰ সদৰ থানাত উক্ত ভণ্ড প্ৰতাৰক প্ৰেমিকৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/ ৪৯৬/ ৩১৩/ ৫০৬/ ৩৪ নং ধাৰাৰে ১৬৭ নংত এক গোচৰ ৰজু কৰা হৈছিল আৰু সেই মৰ্মে আজি আৰক্ষীয়ে প্ৰতাৰক তথা ধুবুৰী জিলাৰ বিলাসীপাৰা ব্লোকৰ কনিষ্ঠ অভিযন্তা আবিদুৰ ৰহমান শ্বেখক আটক কৰি জেললৈ প্ৰেৰণ কৰে ।

RelatedPosts

১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সমাজমাধ্যম নিষিদ্ধ! 

Michael Rosenberg:ফে’চবুক-ইনস্টাগ্রাম-ইউটিউব-টিকটক বর্জন বিখ্যাত সংগীতজ্ঞ মাইকেল ৰ’জেনবাৰ্গৰ

এক লাখ ফ’ল’ৱাৰ আৰু ১০,০০০ ছাবস্ক্রাইবাৰৰ কোনে সর্বাধিক আয় দিয়ে?

উল্লেখ্য যে, কোকৰাঝাৰ জিলা কৃষি বিভাগৰ প্ৰাক্তন কৰ্মচাৰী প্ৰয়াত জনৈক আলিৰ কন্যা
তথা স্নাতক ষষ্ঠ ষান্মাষিকৰ ছাত্ৰী যুৱতী এগৰাকী বিগত ২০১৪ চনতে ধুবুৰী জিলাৰ চাপৰ কাজিপাৰা নিবাসী মজিবুৰ ৰহমান শ্বেখৰ পুত্ৰ আবিদুৰ ৰহমান শ্বেখৰ সতে ফেচবুকৰ জৰিয়তে চিনাকি হয় । পাছত বিলাসীপাৰা ব্লকত কনিষ্ঠ অভিযন্তা হিচাপে কৰ্মৰত আবিদুৰ ৰহমানে যুৱতী গৰাকীক প্ৰেমৰ প্ৰস্তাৱ আগবঢ়ায় ।

প্ৰথম অৱস্থাত যুৱতীগৰাকীয়ে পিতৃ-মাতৃৰ কথা ভাৱি উক্ত প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ অমান্তি হয় যদিও পিছলৈ আবিদুৰে অতি সোনকালে বিয়া কৰাই আনিম বুলি নেৰানেপেৰাকৈ প্ৰতিশ্ৰুতি দিয়াত এদিন যুৱতী গৰাকীয়ে আবিদুৰৰ প্ৰেমৰ প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ বাধ্য হয় ।

সেই মৰ্মে দুয়োৰে মাজত গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কৰ গ‌ইনা লৈ ২০১৫ৰ ১৭ জুলাই প্ৰথমবাৰৰ বাবে আবিদুৰে প্ৰেয়সীৰ বৰপেটা চহৰত থকা ককাকৰ ঘৰত গৈ সাক্ষাৎ কৰে । পৰৱৰ্তী সময়ত কেতিয়াবা বাহিৰৰ বিভিন্ন স্থানত আৰু কেতিয়াবা যুৱতী গৰাকীৰ ঘৰত দুয়ো লগ হবলৈ ধৰে আৰু দুয়োৰে মাজত শাৰীৰিক সম্পৰ্ক স্থাপন হয় ।

দুয়োৰে এই অবাধ মিলামিছাত যুৱতীগৰাকীৰ পিতৃয়ে ভৱিষ্যত আশংকা কৰি কন্যাক সকিয়াই দিয়ে আৰু আবিদুৰকো এনেদৰে প্ৰেমৰ সম্পৰ্ক বৰ্তাই নাৰাখি বিয়া কৰাবলৈ অনুৰোধ জনায়। তেতিয়া আবিদুৰে ঘৰত জ্যেষ্ঠ ভাতৃ অবিবাহিত হৈ আছে গতিকে তেওঁৰ বিবাহ সম্পন্ন নোহোৱালৈ তেওঁ বিয়া কৰিব নোৱাৰে বুলি জনায় ।

এই কথাৰ পাছত যুৱতীগৰাকী আৰু আবিদুৰৰ মাজত মতানৈক্য হয় আৰু কিছু দিনলৈ তেওঁলোকৰ সম্পৰ্কত ফাট মেলে । কিন্তু আবিদুৰৰ প্ৰচেষ্টাত সম্পৰ্কটো পুনৰ আৰম্ভ হয় আৰু যুৱতী গৰাকীৰ লগত সম্পৰ্ক বজাই ৰাখিবলৈ ২০১৬ৰ ছয় মে’ত কোকৰাঝাৰ আদালতত বিবাহৰ চুক্তি কৰে ।

উক্ত চুক্তি অনুসৰি আগন্তুক দুই বছৰৰ ভিতৰত আবিদুৰে যুৱতীগৰাকীক চৰিয়ত প্ৰথাৰে বিবাহ কৰিব লাগিব । কিন্তু দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত হৈ থকা যুৱতীগৰাকীৰ পিতৃ পৰিয়ালে জনা নাছিল যে এয়াও আবিদুৰৰ এক চূড়ান্ত প্ৰতাৰণাৰ বাহিৰে আন একো নাছিল । আনকি আবিদুৰে নিজৰ পিতৃ পৰিয়ালকো এই বিষয়ে জ্ঞাত কৰা নাছিল । কিন্তু প্ৰায় তিনি মাহ পাছত তেওঁলোকে এই বিষয়ে জানিব পাৰি প্ৰথম অৱস্থাত যুৱতীগৰাকীক বোৱাৰী হিচাপে মানি ল’বলৈ অমান্তি হয় । অৱশ্যে পাছত দুয়োঘৰৰ মাজত এটা সুসম্পৰ্ক গঢ়ি উঠে ।

ইয়াৰ মাজতে ২০১৯ত যুৱতীগৰাকী এপ্ৰিল আৰু অক্টোবৰ মাহত দুবাৰকৈ অন্তঃস্বত্বা হয় কিন্তু আবিদুৰৰ মাতৃ আৰু ডাঙৰ ককায়েক সকলোৱে মিলি টেবলেট খুৱাই গৰ্ভনষ্ট কৰিবলৈ বাধ্য কৰায় । তেওঁলোকৰ নিৰ্দেশ অনুসৰি দূৰ্ভগীয়া যুৱতীগৰাকীয়ে দৰৱ সেৱন কৰাৰ পৰা গৰ্ভনষ্ট হৈ ৰক্তস্ৰাৱ হোৱাৰ প্ৰমাণ হিচাবে ভিডিঅ’ আৰু ফটো প্ৰেৰণ কৰিবলগীয়া হয় । অন্যথা তেওঁলোকে তাইক বোৱাৰী কৰি নিনিয়ে বুলি ভীতিপ্ৰদৰ্শন কৰে । ইতিমধ্যে যুৱতীগৰাকীৰ পিতৃয়ে বুজি পাইছিল তেওঁৰ কন্যা যে, পাকচক্ৰত বন্দী হৈছে সেয়ে তেওঁ আবিদুৰক বাৰম্বাৰ তেওঁৰ কন্যাক বিয়া কৰাবলৈ অনুৰোধ কৰি হতাশ হৈ পৰে আৰু অকাল মৃত্যুক সাৱটি লয় ।

এনেকৈ আবিদুৰে সম্পৰ্ক স্থাপন কৰি থকাৰ মাজতে ২০২০ৰ নৱেম্বৰত আবিদুৰৰ ডাঙৰ ককায়েকৰ বিয়া হয় । কিন্তু ইয়াৰ পাছতো আবিদুৰৰ প্ৰেয়সী যুৱতী আৰু মাতৃয়ে আবিদুৰ আৰু তেওঁৰ পৰিয়ালক বিয়াৰ বাবে অনুৰোধ জনায় । কিন্তু তেওঁলোকৰ অনুৰোধ ৰক্ষা কৰাৰ পৰিৱৰ্তে তেওঁলোকৰ অসহায় অৱস্থাৰ সুযোগ লৈ যুৱতীগৰাকী চৰিত্ৰহীনা , পূৰ্বে বিবাহিতা , আঠ বছৰীয়া সন্তানৰ মাতৃ বুলি মিছা বদনাম জাপি দিয়ে । এনেকি ইয়াৰ মাজতে আবিদুৰে মই তোমাক বিয়া কৰাম বুলি পতিয়ন নিয়াই ২৪ ফেব্ৰুৱাৰীৰ দিনাও যুৱতী গৰাকীক শাৰীৰিক সম্পৰ্ক কৰিবলৈ বাধ্য কৰায় আৰু পিছ দিনাৰ পৰা ফোনৰ ছুইচ অফ কৰি থয় ।

এই ঘটনাত যুৱতীগৰাকীয়ে আৰু তেওঁৰ মাতৃয়ে অসহায় হৈ আবিদুৰৰ ঘৰৰ সতে যোগাযোগ কৰাত আবিদুৰৰ পিতৃ মাতৃ ককায়েক বৌৱেক সকলোৱে মিলি নানা ধৰণৰ ভাবুকি প্ৰদান কৰি ফোন নকৰিবলৈ ধমকি প্ৰদান কৰি অহাত উপায় হীন হৈ যোৱা সাত মাৰ্চত কোকৰাঝাৰ থানাত এক গোচৰ ৰুুজু কৰে ।

উল্লেখযোগ্য যে, কোকৰাঝাৰ আৰক্ষী বিভাগৰ তৎপৰতাত আজি ঠগ প্ৰৱঞ্চক প্ৰতাৰক প্ৰেমিক আবিদুৰক আটক কৰি ৰঙা ঘৰলৈ প্ৰেৰণ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Facebook
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d