আগন্তুক বিধানসভা নিৰ্বাচনৰ অসম গণ পৰিষদৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা আজি ঘোষণা কৰা হয়

দলৰ প্ৰাৰ্থীত লাভ কৰাসকল হৈছে ক্ৰমে

23ccd392 5eff 4f10 9b4b dd702eb5bfd2

আগন্তুক বিধানসভা নিৰ্বাচনৰ অসম গণ পৰিষদৰ তৃতীয়খন প্ৰাৰ্থীৰ তালিকা আজি ঘোষণা কৰা হয়।

দলৰ প্ৰাৰ্থীত্ব লাভ কৰাসকল হৈছে ক্ৰমে :

৩২ নং বঙাইগাওঁ: ফণীভূষণ চৌধুৰী ।
৪৯ নং ছয়গাওঁ :ডাঃ কমলাকান্ত কলিতা ।
৫৪নং গুৱাহাটী পশ্চিম:ৰমেন্দ্ৰ নাৰায়ণ কলিতা ।
৩৪ নং উত্তৰ অভয়াপুৰী :ভূপেন ৰায় ।
২১নং মানকাচৰ:জাবেদ ইছলাম ।
৩৫ নং দক্ষিণ অভয়াপুৰী:পূর্ণেন্দু বনিক্য ।
৩৭ নং গােৱালপাৰা পূৱ:জ্যোতিষ দাস ।
৩৮ নং গােৱালপাৰা পশ্চিম:শেখ ছাহ আলম ।
৪১ নং ভবানীপুৰ: ড° ৰঞ্জিত ডেকা ।
৪৩ নং বৰপেটা:গুণীন্দ্র নাথ দাস ।
৪৬ নং সৰুক্ষেত্রী :কল্পনা পাটোৱাৰী ।
৪৭ নং চেঙা:ৰবিউল হুছেইন ।
৪৮ নং বকো:জ্যোতি প্রসাদ দাস ।

Exit mobile version