খেলা হবে শ্লগানেৰে মনোনয়ন পত্ৰ দাখিল কৰিলে ২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডঃ দেৱময় সন্ন্যালে

hqdefault 1

২৩ নং ধুবুৰী বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডঃ দেৱময় সন্ন্যাল ৰ মনোনয়ন পত্ৰ দাখিল ।হেজাৰ হেজাৰ সমৰ্থকৰ স’তে বিশাল শোভাযাত্ৰা কৰি আহি দাখিল কৰিলে মনোনয়ন পত্ৰ ।

ধুবুৰী চহৰৰ মাজমজিয়াত অৱস্থিত বি জে পিৰ জিলা মুখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা এক শোভাযাত্ৰাত উলিয়াই চহৰ খনৰ বিভিন্ন অঞ্চলত শোভাযাত্ৰা কৰি অঞ্চলটোৰ আকাশ বতাহ কপাই তোলে।

।শোভাযাত্ৰাত দেখা গল খেলা হবে খেলা হবে শ্লগান । মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে জয় নিশ্চিত বুলি মত প্ৰকাশ কৰে ডঃ দেৱময় সন্ন্যালে ।

Exit mobile version