■ ওৱানপ্লাছ ঘড়ী ৰিয়েল টাইম অ’পাৰেটিং ছিষ্টেম (আৰটিঅ’এছ) ভিত্তিক ।
■ ওৱানপ্লাছ ক’ ফাউণ্ডাৰ আৰু চিইঅ’ পিটি লওৱে কয় যে, তেওঁলোকৰ লক্ষ্য হৈছে ব্যৱহাৰকাৰীক মসৃণ আৰু নিৰ্ভৰযোগ্য অভিজ্ঞতা প্ৰদান কৰা ।
■ ওৱানপ্লাছ ঘড়ী আৰু ডিভাইচৰ মাজত ‘বিৰামবিহীন সংযোগ’ থাকিব ।
■ ঘড়ীটোক ‘বাৰ্ডেনলেছ’ ডিজাইন দিয়া হৈছে ।
■ ২৩ মাৰ্চত ইয়াৰ উন্মোচন কৰা হ’ব ।
ওৱানপ্লাছ ঘড়ী পৰিচালিত নহয় গুগলৰ ওৱেৰ অ’এছ-ৰ দ্বাৰা
-
By publisher

- Categories: Gadget, India, News, Tech
- Tags: OnePlus Watch
Related Content
উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
Sonam Raghuvanshi's bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
By
publisher
April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
By
publisher
April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স'তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
By
publisher
April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
By
publisher
April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
By
publisher
April 28, 2026