● সংবাদ মেলযোগে দল ত্যাগৰ ঘোষণা কৰিলে প্ৰাক্তন কংগ্ৰেছ মন্ত্ৰী গৌতম বৰাই ।
● দলটোত নেতৃত্বৰ অভাৱ আৰু লেবিকেন্দ্ৰীক ৰাজনীতিৰ বাবেই তেওঁৰ এই সিদ্ধান্ত ।
● শীঘ্ৰে ৰাষ্ট্ৰীয় দলত যোগ দিব বুলি জনায় মন্ত্ৰীগৰাকীয়ে ।
● অসমত মিত্ৰজোঁটৰ দলে চৰকাৰ গঠন কৰিব নোৱাৰে বুলিও মন্তব্য কৰে ।
ADVERTISEMENT