● নাৰায়ণপুৰত বিহপুৰীয়াৰ বিজেপি প্ৰাৰ্থী ডঃ অমিয় কুমাৰ ভূঞাৰ হৈ নিৰ্বাচনী প্ৰচাৰ প্ৰধানমন্ত্ৰী মোদীৰ ।
● অসমত ডাবল ইঞ্জিনৰে চৰকাৰ গঠন হ’ব ।
● মিচিং ভাষাতে ৰাইজক সম্বোধন প্ৰধানমন্ত্ৰীগৰাকীৰ ।
● ভাষণৰ আৰম্ভণিতে শ্ৰীমন্ত শংকৰদেৱ-ভূপেন হাজৰিকাক স্মৰণ ।
Across Assam, people support the double engine NDA government. Watch from Bihpuria. https://t.co/s1hygYONL9
— Narendra Modi (@narendramodi) March 24, 2021