বঙাইগাঁও প্ৰেছ ক্লাৱত এবিএমছুৰ সংবাদ মেল

আগন্তুক বিধানসভা নিৰ্বাচনত ইউপিপিএল দলক পূৰ্ণ সমৰ্থন এবিএমছুৰ

WhatsApp Image 2021 03 26 at 8.32.12 PM

●হাগ্ৰামা মহিলাৰ বিৰুদ্ধে অপশাসনৰ অভিযোগ এবিএমছুৰ।
●হাগ্ৰামা মহিলাৰীক পৰাভূত কৰিবৰ বাবে ইউপিপিএলক সমৰ্থন কৰা বুলি সদৰী কৰে সংগঠনটোৱে ।
●সংবাদ মেলত সদৌ বিটিচি সংখ্যালঘু ছাত্র সন্থাৰ সম্পাদক আবু জুবায়েৰ মণ্ডলে এই ঘোষণা কৰে ।

Exit mobile version