উগ্ৰ সাম্প্ৰদায়িক মন্তব্য আজমল পুত্ৰ আব্দুল ৰহিমৰ

Abdur Rahim Ajmal AIUDF

● ভৱানীপুৰৰ এখন নিৰ্বাচনী প্ৰচাৰ সভাত উগ্ৰ সাম্প্ৰদায়িক মন্তব্য প্ৰদান কৰে আজমল পুত্ৰ আব্দুল ৰহিম আজমলে ।
● তেওঁ ভাষণ প্ৰসংগত কয়, ‘অসমত দাড়ি, টুপী, লুঙিৱালা মানুহৰ চৰকাৰ হ’ব ।’
● সম্প্ৰতি উক্ত মন্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।

Exit mobile version