শুৱালকুছিত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ

EyHbvRJVIAQeMca

● প্ৰথমবাৰলৈ নিজ সমষ্টি জালুকবাৰীত নিৰ্বাচনী প্ৰচাৰ স্বাস্থ্য তথা বিত্তমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ।
● তেওঁ পৰিয়ালবৰ্গৰ স’তে ৰাইজক আঠু লৈ সেৱা জনায় ।
● সভাখনত লক্ষাধিক লোকে ভাগ লয় ।
● সভাখনত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অসম গণ পৰিষদৰ সভাপতি অতুল বৰাসহ বহু নেত্ৰীবৃন্দ ।

● মন্ত্ৰী শৰ্মাই এজিপি আৰু বিজেপিৰ মিত্ৰজোঁটৰ চৰকাৰে অসমক পাঁচখন উন্নত ৰাজ্যৰ ভিতৰত এখনত পৰিণত কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে ।
● ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে বিজেপিৰ কাৰ্যকালত কৰা উন্নয়নৰ বিষয়ে সঁকীয়াই দিয়ে ।

Exit mobile version