বকোৰ পাৰোগাঁৱত বনৰীয়া হাতীৰ সন্ত্ৰাস

Project Sri Lanka Elephant

হাতীৰ আক্ৰমণত নিহত এজন বৃদ্ধ । নিহতজনৰ নাম পুহিন ৰাভা (৭০) ।

গৃহৰ চৌহদত কাম কৰি থকা অৱস্থাত হাতীটোৱে আক্ৰমণ কৰে । জাকৰ পৰা ফালৰি কাটি আহিছিল হাতীটো ।

Exit mobile version