বকোৰ হাহিম নোৱাপাৰাত গুলীবদ্ধ হাতীৰ কৰুণ মৃত্যু

dreamstime xxl 2584709 scaled 1

মাৰ্চৰ প্ৰথম সপ্তাহত দুৰ্বৃত্তই বনৰীয়া হাতীটোক গুলী কৰিছিল । দীৰ্ঘদিন যন্ত্ৰনাত চটফটাই আছিল হাতীটোৱে ।

ঘটনা সন্দৰ্ভত জ্ঞাত বন বিভাগৰ বিষয়া হলিৰাম শইকীয়াই কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল । দুৰ্বৃত্তই মৃত হাতীটোৰ দাত দুটাও কাটি নিয়ে ।

বন্দাপাৰা বনাঞ্চলিক কাৰ্যালয় অঞ্চলত সংঘটিত হয় এই নিদাৰুণ ঘটনা ।

Exit mobile version