ভোটাধিকাৰ সাব্যস্ত কৰি আনন্দিত হাগ্ৰামা মহিলাৰী

● কোকৰাঝাৰ সমষ্টিত ভোটদান কৰি আনন্দিত বিপিএফ মুৰব্বী হাগ্ৰামা মহিলাৰী ।
● ৪০ টকা সমষ্টিত মহাজোঁটৰ প্ৰাৰ্থীয়ে অধিকসংখ্যক আসন লাভ কৰিব বুলি তেওঁ আশাপ্ৰদ ।
● নিশ্চিতভাৱে প্ৰমীলা ৰাণী ব্ৰহ্ম জয়ী হ’ব বুলিও তেওঁ দাবী জনায় ।
● তেওঁ লগতে কয় যে, কোকৰাঝাৰৰ আঠটা সমষ্টিতে বিপিএফ জয়ী হ’ব ।

Exit mobile version