ভাৰতত ২১ এপ্ৰিলত উন্মোচন কৰা হ’ব ৰিয়েলমি ৮ ৫জি

realme 8 5g caratteristiche specifiche tecniche prezzo uscita leak 01

■ আজি সামাজিক মাধ্যমত চীনৰ কোম্পানী ৰিয়েলমিয়ে ভাৰতত ২১ এপ্ৰিলত ৰিয়েলমি ৮ ৫জি মুকলি কৰা হ’ব বুলি জনায় ।
■ ফোনটোত গ্ৰেডিয়েণ্ট বেক উপলব্ধ হ’ব ।
■ স্মাৰ্টফোনটোত ৪৮ মেগাপিক্সেল প্ৰাইমাৰী কেমেৰা উপলব্ধ হ’ব ।
■ ৰিয়েলমি ৮ ৫জিত ৫০০০ mAh বেটেৰীযুক্ত ।
■ ইয়াৰ ওজন হ’ব ১৮৫ গ্ৰাম ।

Exit mobile version