১০ বছৰীয়া বিবাহ বাৰ্ষিকত ছানি লিয়নক কি উপহাৰ দিলে স্বামীয়ে ?

2165 5792977 sunyye updates

দাম্পত্য জীৱনৰ ১০ বছৰ অতিক্ৰম কৰিলে বলীউডৰ মোহময়ী অভিনেত্ৰী ছানি লিয়ন আৰু তেওঁৰ স্বামী ডেনিয়েলে ।

ADVERTISEMENT

১৩ বছৰ ধৰি সম্পৰ্কত আছে অভিনেত্ৰী ছানি লিয়ন আৰু তেওঁৰ স্বামী ডেনিয়েল । ১০ বছৰীয়া বিবাহ বাৰ্ষিকৰ এই বিশেষ দিনটোত ডেনিয়েলে ছানিক দিলে এডাল হীৰাৰ নেকলেছ ।

ছানিয়ে শুক্ৰবাৰে নিজৰ ইনষ্টাগ্ৰামত একাউন্টত এটা চমু ভিডিঅ’ প’ষ্ট কৰে। গোটেই ভিডিঅ’টোত ছানিৰ ডিঙিত জিলিকি আছে এডাল হাৰ।

ভিডি’অ প’ষ্ট কৰি স্বামীক ধন্যবাদ জনালে অভিনেত্ৰীগৰাকীয়ে । ভিডিঅ’টো পোষ্ট কৰাৰ আগতে তেওঁলোকৰ ইনষ্টাগ্ৰামত ইজনে সিজনৰ স’তে ফটো প’ষ্ট কৰিছিল।ছানি আৰু ডেনিয়েল প্ৰথমে এটা ক্লাবত লগ পাইছিল। ডেনিয়েলে দাবী কৰে যে তেওঁ প্ৰথমবাৰৰ বাবে ছানিৰ প্ৰেমত পৰিছিল।

Exit mobile version