অসমত জাৰি কৰা হ’ব নতুন এছ‌অ’পি

● আজি দুৰ্যোগ প্ৰশমন বিভাগৰ স’তে গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
● বৈঠকত স্বাস্থ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাসহ বহু উচ্চ পদস্থ বিষয়া উপস্থিত থাকে ।
● অহা কালি অসমৰ মুখ্য সচিব আৰু ডিজিপিয়ে সংবাদমেলত ঘোষণা কৰিব নতুন নিয়ম ।
● মুখ্যমন্ত্ৰী সোণোৱালে অসমৰ ৰাইজক জৰুৰী সতৰ্কতা উলংঘা কৰি ৰাজ্যত তলাবন্ধৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান জনায় ।

Exit mobile version