নাৰিকল তেলৰ কেইটামান বিশেষ গুণাগুণ

well coconut articleLarge

★ নাৰিকল তেলত ৪০ শতাংশ লৰিক এচিড পোৱা যায়, যি আমাৰ শৰীৰত দেখা দিয়া বিভিন্ন সংক্ৰমণৰ লগত যুজিবলৈ সহায় কৰে ।

★ বিভিন্ন গম্ভীৰ ৰোগ, যেনেঃ আলঝেইমাৰ, মৃগী, হৃদয়াঘাত তথা শৰীৰৰ কোনো অংশত আঘাত লাগিলে মৃত হৈ পৰা কোষিকাবোৰ নাৰিকল তেলে পুনৰ জীৱিত কৰি তোলে ।

★ নাৰিকল তেলত কেলচিয়াম আৰু মেগনেচিয়াম থকাৰ বাবে ই শৰীৰৰ হাড়বিলাক মজবুত কৰি ৰাখে ।

★ নাৰিকল তেলে শৰীৰৰ ছাল কোমল আৰু মিহি কৰি ৰখাত সহায় কৰে । সেয়ে শুকান, নিৰ্জীৱ আৰু সোনকালে বয়সৰ আচোৰ পৰা ছালসমূহত এই তেল লগালে নিশ্চিত ৰুপত সুফল পোৱা যায় ।

★ নাৰিকল তেলেৰে নিয়মিত ৰুপত মূৰৰ মালিচ কৰিলে মগজু শীতল হৈ থকাৰ উপৰিও চুলি সৰা, চুলি পকা, উফি হোৱা ইত্যাদি সমস্যাৰ পৰা হাত হাৰিব পাৰি ।

★ যদি বিচাৰে আপোনালোকে শিশুবিলাকৰ মালিচ কৰিবলৈ ঠাণ্ডা নাৰিকল তেলৰ ব্যৱহাৰ কৰিব পাৰে ।

★ বৈজ্ঞানিক গৱেষণাৰ পৰা গম পোৱা গৈছে যে নাৰিকল তেলে মধুমেহ ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে ।

Exit mobile version