Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

Nestle Controversy:বিতৰ্কৰ আৱৰ্তত নেষ্টলেৰ শিশু খাদ্য ‘চেৰেলেক

ভাৰত সহ উন্নয়নশীল দেশসমূহত বিক্ৰী কৰা চেৰেলেকত পোৱা গৈছে অত্যধিক চেনী, এক ৰিপ'টত প্ৰকাশ এই তথ্য,তীব্ৰ প্ৰতিক্ৰিয়া

publisher by publisher
April 18, 2024
in News, Health, International
Reading Time: 2 mins read
0
Nestle Controversy:বিতৰ্কৰ আৱৰ্তত নেষ্টলেৰ শিশু খাদ্য ‘চেৰেলেক
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Scam:দিছপুৰৰ আশীৰ্বাদত লুণ্ঠনকাৰী নূপুৰ সাহা বাহিনীকে শ শ কোটি

‘মেগী’, ‘কিটকেট’ স্বাস্থ্যসন্মত নহয় : স্বয়ং নেচলেয়ে কৰিলে স্বীকাৰ

Nestle Controversy:

আপুনি নিশ্চয় আপোনাৰ কণমানি শিশুটিক খোৱাই থাকে নেষ্টলেৰ শিশু খাদ্য ‘চেৰেলেক’ ৷ কিন্ত চেৰেলেক আপোনাৰ শিশুটিৰ বাবে কিমান উপযোগী ৷ কিয়নো শেহতীয়াকৈ আন্ত:ৰাষ্ট্ৰীয় এক অনুসন্ধানকাৰী সন্থা ‘পাব্লিক আই’ আৰু ব্ৰাজিলৰ ফেডাৰেল ইউনিভাৰ্চিটি অৱ পাৰাইবাৰ পুষ্টি বিভাগৰ অধ্যাপক ৰড্ৰিগো ভিয়ানাই এক প্ৰতিবেদনত উল্লেখ কৰিছে যে ভাৰত সহ এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰত চেৰেলেক’ত মাত্ৰাধিক পৰিমাণৰ মিশ্ৰিত চেনী পোৱা গৈছে ।

ADVERTISEMENT

শিশুৰ সামগ্ৰীত চেনীৰ পৰিমাণ বেছি হোৱাটো বিপদজনক আৰু অপ্ৰয়োজনীয়। চেৰেলেকৰ জৰিয়তে শিশুসকলক চেনী খোৱাৰ অভ্যাস বেছিহে বৃদ্ধি পাব । কেঁচুৱা আৰু কণমানি শিশুক দিয়া খাদ্য সামগ্ৰীবোৰক চেনী দিব নালাগে, কিয়নো ই অপ্ৰয়োজনীয় আৰু অত্যাধিক নিচাযুক্ত। ইয়াৰ বাবে শিশুৱে মিঠাই খাবলৈ অভ্যস্ত হৈ পৰে। যাৰফলত পৈনত বয়সত বহু ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে ৷

cerelek 2উল্লেখ্য যেনেষ্টলেৰ দ্বাৰা উৎপাদিত বহু খাদ্য ইতিমধ্যে বিতৰ্কৰ মাজত সোমাই পৰাৰ পিছত শেহতীয়াকৈ নেষ্টলেৰ শিশু খাদ্য’চেৰেলেক’ক লৈ পুনৰ সৃষ্টি হয় আন এক বিতৰ্ক ৷
ভাৰতত নেষ্টলেৰ দুটা সৰ্বাধিক বিক্ৰী হোৱা শিশু খাদ্য ব্ৰেণ্ডৰ অন্যতম বহুল প্ৰচলিত ‘চেৰেলেক’ত মাত্ৰাধিক পৰিমাণৰ মিশ্ৰিত চেনী পোৱা গৈছে । চুইছ কোম্পানীবোৰক সততে নিৰীক্ষণ কৰা ‘পাব্লিক আই’ নামৰ ৱেবছাইটৰ এক অনুসন্ধানত দেখা গৈছিল যে যেতিয়া নেষ্টলে ব্ৰিটেইন আৰু জাৰ্মানীৰ দৰে উন্নত দেশত এই শিশু-খাদ্য সামগ্ৰী বিক্ৰী কৰে, সেইবোৰত চেনী নাথাকে। ইয়াৰ বিপৰীতে ভাৰত,মধ্য প্ৰাচ্যৰ দেশ সহ উন্নয়নশীল দেশসমূহত বিক্ৰী কৰা চেৰেলেকত পোৱা গৈছে অত্যধিক চেনী। যি কণমানি শিশু সকলৰ বাবে হানিকাৰক ৷ উল্লেখ্য যে, নেষ্টলে হৈছে চুইজাৰলেণ্ডৰ এক প্ৰসিদ্ধ কোম্পানী, যাৰ সামগ্ৰী বিশ্বব্যাপী বিক্ৰী কৰা হয়।

পাব্লিক আইয়ে তেওঁলোকৰ প্ৰতিবেদন উল্লেখ কৰে যে নেষ্টলে বহুতো দেশত শিশুৰ গাখীৰ আৰু চেৰেলাক সামগ্ৰীত চেনী আৰু মৌ ব্যৱহাৰ কৰে। এনে কৰাটো মেদবহুলতা আৰু দীৰ্ঘম্যাদী ৰোগ প্ৰতিৰোধৰ লক্ষ্যৰে আন্তৰ্জাতিক নিৰ্দেশনাৰ উলংঘন। নেষ্টলেৰ দ্বাৰা নিয়ম উলংঘনৰ ঘটনা এছিয়া, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰত দেখা গৈছে। অৱশ্যে, কোম্পানীটোৱে কৈছে যে ই ভাৰতত সকলো নিয়ম অনুসৰণ কৰি আছে । স্মতৰ্ৱ্য যে,ইয়াৰ পূৰ্বেও নেষ্টলে বহু জনপ্ৰিয় বেণ্ড ‘মেগী’ক নিষিদ্ধ কৰিছিল ভাৰত চৰকাৰে ৷ অৱশ্যে পিছত মেগী’ক পুনৰ বিক্ৰীৰ অনুমতি দিয়া হয় ৷ উল্লেখ্য যে,নেষ্টলে ২০২২ বৰ্ষটোত ভাৰতত ২০,০০০ কোটি টকাৰ অধিক মূল্যৰ চেৰেলেক সামগ্ৰী বিক্ৰী কৰিছে।

# ভাৰতত বিক্ৰী হোৱা ১৫ টা চেৰেলেকৰ শিশু সামগ্ৰীত পোৱা গৈছে চেনী :

পাব্লিক আই’ নামৰ ৱেবছাইটৰ অনুসন্ধানবোৰে প্ৰকাশ কৰিছিল যে ভাৰতত বিক্ৰী হোৱা সকলো ১৫ টা চেৰেলেকৰ শিশু সামগ্ৰীত অনুমোদিত আহাৰৰ পৰিমাণত গড়ে ৩ গ্ৰাম চেনী থাকে। আনহাতে নেষ্টলে কৈছিল যে শিশুসকলক এটা সময়ত কিমান পৰিমাণৰ চেৰেলেক চেনি দিব লাগিব সেয়া তেওঁলোকে জানে ৷
মনকৰিবলগীয়া যে, আফ্ৰিকাৰ ইথিওপিয়া আৰু এছিয়াৰ থাইলেণ্ডৰ দৰে দেশত ৬ গ্ৰামলৈকে চেনী পোৱা গৈছে। তাৎপৰ্যপূৰ্ণ যেতিয়া এই সামগ্ৰীবোৰ জাৰ্মানী আৰু ব্ৰিটেইনৰ দৰে উন্নত দেশত বিক্ৰী কৰা হয় সেইবোৰত চেনী নাথাকে।

# নেষ্টলে পেকেজিঙৰ পৰা চেনীৰ পৰিমাণলুকুৱাই ৰাখিছে:

নেষ্টলেৰ এই বৈষম্যমূলক চতুৰতাই প্ৰতিফলিত কৰে যে কোম্পানীটোৱে তেওঁলোকৰ সামগ্ৰীৰ প্ৰায়বোৰতে পেকেজিঙৰ বিষয়ে কিমান চেনী থাকে সেই বিষয়ে তথ্য নিদিয়ে। যদিওবা নেষ্টলে ইয়াৰ সামগ্ৰীবোৰত থকা ভিটামিন, খনিজ আৰু অন্যান্য পুষ্টিৰ বিষয়ে তথ্য প্ৰদান কৰে, চেনী যোগ দিয়াৰ ক্ষেত্ৰত ই স্বচ্ছ নহয় ৷ ইতিমধ্যে পাব্লিক আই প্ৰতিবেদনত উল্লেখ আছে।

#শিশুৱে চেনী খোৱাৰ অভ্যাস স্বাস্থ্যৰ বাবে ক্ষতিকাৰক: বিশেষজ্ঞ

:বিশেষজ্ঞসকলে কয় যে শিশুৰ সামগ্ৰীত চেনীৰ পৰিমাণ বেছি হোৱাটো বিপদজনক আৰু অপ্ৰয়োজনীয়। চেৰেলেকৰ জৰিয়তে শিশুসকলক চেনী খোৱাৰ অভ্যাস বেছিহে বৃদ্ধি পাব । ব্ৰাজিলৰ ফেডাৰেল ইউনিভাৰ্চিটি অৱ পাৰাইবাৰ পুষ্টি বিভাগৰ অধ্যাপক ৰড্ৰিগো ভিয়ানাই কয়, “এয়া চিন্তাৰ বিষয়। কেঁচুৱা আৰু কণমানি শিশুক দিয়া খাদ্য সামগ্ৰীবোৰক চেনী দিব নালাগে, কিয়নো ই অপ্ৰয়োজনীয় আৰু অত্যাধিক নিচাযুক্ত। ইয়াৰ বাবে, শিশুৱে মিঠাই খাবলৈ অভ্যস্ত হৈ পৰে। যাৰফলত পৈনত বয়সত বহু ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: CERELAKChild FoodNestlePUBLIC EYE REPORT
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d