মোদীৰ পশ্চিমবংগ ভ্ৰমণ বাতিল

5c5ba16c 9d46 11eb be65 85052eb7e245 1618513447942 1618929652434

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাতিল কৰিলে পশ্চিমবংগ ভ্ৰমণৰ কাৰ্যসূচী।বৃহস্পতিবাৰে ক’ভিডক লৈ উচ্চ পৰ্যায়ৰ বৈঠক কৰিব মোদীয়ে।

টুইটাৰত তেওঁ কয়,”কাইলৈ উচ্চ পৰ্যায়ৰ বৈঠকত মিলিত হয় ক’ভিড-১৯ৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিম।সেয়ে মই পশ্চিমবংগলৈ নাযাওঁ।” প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ নিৰ্বাচনী প্ৰচাৰ বাতিল কৰিলে।

আজিও অমৃত শ্বাহকে ধৰি বিজেপি নেতাসকলে বংগত ৰাজহুৱা সভা আৰু ৰোড শ্ব’ কৰি আছে । একে পথৰ পাঠিক মমতা বেনাৰ্জী।

Exit mobile version