অসমত বলৱৎ নৈশ সান্ধ্য আইন

221418 whatsapp image 2021 04 27 at 13536 pm

● আজিৰ পৰা এক মে’ পৰ্যন্ত সন্ধিয়া আঠ বজাৰ পৰা পুৱা পাঁচ বজালৈ সমগ্ৰ অসমত নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে ।
● বৰ্ধিত ক’ভিড সংক্ৰমণ ৰোধ কৰিবৰ বাবেই এই সিদ্ধান্ত ৰাজ্য চৰকাৰৰ ।

Click here
● জৰুৰীকালীন সেৱা সমূহত এই আইন কাৰ্যকৰী নহ’ব ।
● অন্তৰ্ৱৰ্তী আৰু বহিঃৱৰ্তী পৰিবহণ ব্যৱস্থা অব্যাহত থাকিব । অৱশ্যে ইয়াৰ বাবে ই-পাছৰ প্ৰয়োজন হ’ব ।

Exit mobile version