কাঠবাদামৰ উপকাৰিতা

কাঠ বাদামে ওজন হ্ৰাস কৰাত সহায় কৰে। শৰীৰ ফুলা ভাব হ্ৰাস কৰে। যৌৱন ধৰি ৰখাত সহায় কৰে। বিশ্বাস হোৱা নাই ? সঁচাকৈয়ে, কাঠবাদামৰ বহুতো লাভালাভ আছে। ভিটামিন আৰু খনিজ পদাৰ্থসমৃদ্ধ কাঠবাদাম। ৰান্ধি খালেও উপকাৰ পোৱা যায়। খীৰ বা পায়াখৰ ওপৰত গাৰ্নিছিং কৰি খাব পাৰি।

চিকিৎসকসকলে কয় যে এবাটি পানীত ৰাতিটো কাঠবাদাম তিয়াই ৰাখিলে ওপৰৰ মুগা বাকলি অতি সহজে ওলাই আহে। আপুনি এসপ্তাহৰ বাবে এই বাকলি গুচোৱা বাদামটো খাব পাৰে। বাকলি থকাৰ অৱস্থাত কাঠবাদাম খোৱাটোৱে বাদামক অধিক কাৰ্যকৰী কৰি তোলে।

কাঠবাদামৰ লাভালাভ:

★ তিয়াই থোৱা কাঠবাদামে হজম বৃদ্ধি কৰাত সহায় কৰে। অত্যাৱশ্যকীয় এনজাইম বোৰ নিষ্কাশন কৰাত সহায় কৰে।

★ ওজন হ্ৰাস কৰাত এক কাৰ্যকৰী ভূমিকা পালন কৰে। কাঠবাদামত মনোচেচুৰেটেড চৰ্বি থাকে ভোক হ্ৰাস কৰে আৰু পাকস্থলী ভৰ্তি ৰাখে।

★ কাঠবাদামে হৃদযন্ত্ৰ স্বাস্থ্যৱান ৰাখে। ক্ষতিকাৰক কলেষ্টেৰল নিয়ন্ত্ৰণ কৰে।

★ তিয়াই থোৱা কাঠবাদামত থকা এণ্টিঅক্সিডেণ্টে শৰীৰ ফুলা হ্ৰাস কৰে ।

★কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰিবলৈ খোৱা কাঠবাদামত থাকে ভিটামিন বি১৭।

★ এই বাদামত থকা ফ্লেভোনইডে শৰীৰত টিউমাৰ হ’বলৈ নিদিয়ে।

★ প্ৰতি¡ ৰাতিপুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাটোৱে শৰীৰৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

★ প্ৰতি ৰাতিপুৱা খালী পেটত তিয়াই থোৱা কাঠবাদাম খোৱাটোৱে শৰীৰৰ উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে।

Exit mobile version