এই পৰ্যন্ত কোন ক’ত জিকিল ?

Assam og

১. চতিয়াঃ পদ্ম হাজৰিকা (বিজেপি)
২. বোকাখাটঃ অতুল বৰা (অগপ)
৩. গোলাঘাটঃ অজন্তা নেওগ
৪. ছয়গাঁওঃ ৰেকিবুদ্দিন আহমেদ (কংগ্ৰেছ)
৫. মৰিয়নিঃ ৰূপজ্যোতি কুৰ্মী (কংগ্ৰেছ)
৬. পূব কোকৰাঝাৰঃ লৰেন্স ইছলাৰী (UPPL)
৭. বঙাইগাঁওঃ ফণীভূষণ চৌধুৰী (অগপ)
৮. দক্ষিণ শালমৰাঃ ৱাজেদ আলী চৌধুৰী (কংগ্ৰেছ)
৯. বৰছলাঃ গনেশ লিম্বু (বিজেপি)
১০. হাজোঃ সুমন হৰিপ্ৰিয়া (বিজেপি)
১১. বোকাজানঃ নোমল মমিন (বিজেপি)
১২. পলাশবাৰীঃ হেমাংগ ঠাকুৰীয়া (বিজেপি)
১৩. মৰিগাঁওঃ ৰমাকান্ত দেউৰী (বিজেপি)
১৪. তিতাবৰঃ ভাস্কৰজ্যোতি বৰুৱা (কংগ্ৰেছ)
১৫. মাৰ্ঘেৰিটাঃ ভাস্কৰ শৰ্মা (বিজেপি)
১৬. মানকাচৰঃ আমিনুল ইছলাম (AIUDF)
১৭. কাটলিচেৰাঃ ছুজাম উদ্দিন লস্কৰ AIUDF)
১৮. ঢেকিয়াজুলিঃ অশোকানন্দ সিংঘাল (বিজেপি)
১৯. বৈঠালাংছুঃ ৰূপছিং টেৰণ (বিজেপি)
২০. থাওৰাঃ সুশান্ত বৰগোঁহাই (কংগ্ৰেছ)
২১. চামগুৰিঃ ৰকিবুল হুছেইন (কংগ্ৰেছ)
২২. নাহৰকটীয়াঃ তৰংগ গগৈ (বিজেপি)
২৩. পশ্চিম কোকৰাঝাৰঃ ৰবিৰাম নাৰ্জাৰী (বিপিএফ)
২৪. মাজবাটঃ চৰণ বড়ো (বিপিএফ)
২৫. সৰুপথাৰঃ বিশ্বজিত্‍ ফুকন (বিজেপি)
২৬. ওদালগুৰিঃ গোবিন্দ বসুমতাৰী (UPPL)
২৭. তেজপুৰঃ পৃথ্বিৰাজ ৰাভা (অগপ)
২৮. কলিয়াবৰঃ কেশৱ মহন্ত (অগপ)
২৯. ডিব্ৰুগড়ঃ প্ৰশান্ত ফুকন (বিজেপি)
৩০. বিশ্বনাথঃ প্ৰমোদ বৰঠাকুৰ (বিজেপি)
৩১. পাটাছাৰকুছিঃ ৰণজিত্‍ কুমাৰ দাস (বিজেপি)
৩২. ধৰ্মপুৰঃ চন্দমোহন পাটোৱাৰী (বিজেপি)
৩৩. গোঁসাইগাঁওঃ মাজেন্দ্ৰ নাৰ্জাৰী (বিপিএফ)
৩৪. হাইলাকান্দিঃ জাকিৰ হুছেইন লস্কৰ (AIUDF)
৩৫. লখিমপুৰঃ মানৱ ডেকা (বিজেপি)
৩৬. নগাঁওঃ ৰূপক শৰ্মা (বিজেপি)

Exit mobile version