Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য

    ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

    দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ সহায় এইসমূহ সংস্থাৰ

publisher by publisher
May 2, 2021
in COVID-19, India, News
Reading Time: 1 min read
0
কৰ’নাৰ বিৰুদ্ধে যুঁজিবলৈ ভাৰতলৈ সহায় এইসমূহ সংস্থাৰ
2
SHARES
19
VIEWS
ShareShareShareShare

সুন্দৰ পিচাই

ADVERTISEMENT

ভাৰতক ক’ভিডকালীন বিপর্যয়ৰ পৰা উদ্ধাৰ কৰিবলৈ সহায়ৰ হাত আগবঢ়াইছে। ভাৰতৰে সুপুত্ৰ সুন্দৰ পিচাইয়ে ক’ভিডৰ দ্বিতীয় টৌত বিপর্যস্ত মাতৃভূমিৰ প্রতি নিজৰ দায়বদ্ধতা প্রদর্শন কৰি সাহায্য প্রদানৰ প্রতিশ্রুতি দিছে গুগলৰ প্রধান কার্যবাহী বিষয়া সুন্দৰে।

RelatedPosts

RISING NORTHEAST INVESTORS SUMMIT 2025:উত্তৰ-পূবৰ ৰাজ্যসমূহৰ বাবে ৰিলায়েন্সে ৭৫ হাজাৰ কোটিৰ বিনিয়োগৰ লক্ষ্য নিৰ্ধাৰণ

Mukesh Ambani Buys India’s First Boeing 737Max:এইবাৰ এহেজাৰ কোটিটকীয়া বিমানৰ গৰাকী হ’ল মুকেশ আম্বানী

Google CEO : ‘ আপোনাৰ নেতৃত্বত প্ৰযুক্তিত উন্নতি কৰিছে ভাৰতে ‘, মোদীৰ প্ৰশংসা গুগল CEO ৰ

অক্সিজেন সৰবৰাহৰ পৰা আৰম্ভ কৰি প্রযুক্তিগত সহায়তালৈ সকলােখিনিতে মাতৃভূমিক সহযােগিতা কৰাৰ অংগীকাৰ লৈছে ভাৰতীয় মূলৰ শিল্পপতিগৰাকীয়ে। গুগলৰ তৰফৰ পৰা ১৩৫ কোটি টকাৰ অনুদান দিয়াৰ কথা ঘােষণা কৰি সুন্দৰ পিচাইয়ে টুইট কৰি কয় যে ভাৰতৰ জৰুৰী স্বাস্থ্য উপকৰণ ক্ৰয়ৰ বাবে এই অনুদান ইউনিছেফৰ জৰিয়তে প্রদান কৰা হ’ব।

কর্মচাৰীক বিনামূল্যে কৰ’না ভেকচিন দিব ৰিলায়েন্সে ও ঘােষণা মুকেশ আম্বানীৰ

কর্মচাৰীসকলৰ বাবে ডাঙৰ ঘােষণা ৰিলায়েন্স ইণ্ডাষ্ট্ৰীজৰ তৰফৰ পৰা। আৰ সুৰক্ষা’ নামৰ এক বিশেষ আঁচনিৰ মাধ্যমেদি কর্মচাৰীসকলক বিনামূল্যে কৰ’নাৰ ভেকচিন দিয়াৰ কথা ঘােষণা কৰিছে মুকেশ আম্বানীয়ে। ৰিলায়েন্স ইণ্ডাষ্ট্রীৰ কর্মীবৃন্দৰ লগতে তেওঁলােকৰ পৰিয়ালৰ সদস্যকে সম্পূর্ণ বিনামূলীয়াকৈ ভেকচিন দিব আম্বানী পৰিয়ালে।

আনহাতে, কেৱল ইমানেই নহয়, কৰ’নাৰ কবলত আক্রান্ত ৰাজ্য মহাৰাষ্ট্ৰক বিশেষ সাহায্য প্রদান কৰিছে মুকেশ আম্বানীৰ এই সংস্থাটোৱে। সূত্রত প্রকাশ পােৱা খবৰ মতে, ৰিলায়েন্সৰ তৰফৰ পৰা এশ টনৰাে অধিক অক্সিজেন সৰবৰাহ কৰা হৈছে সমগ্র মহাৰাষ্ট্ৰত।

অক্সিজেনৰ ঘাটি পূৰাব আইটিচিয়ে

দেশত কৰ’না ৰােগীৰ সংখ্যা দ্রুতগতিত বৃদ্ধি পােৱাৰ সমান্তৰালভাৱে অধিকাংশ ৰাজ্যতে চিকিৎসালয়ৰ খালী বিছনা, দৰব আৰু অক্সিজেনৰ সংকটে দেখা দিছে। অক্সিজেন, প্লাজমা বিচাৰি হাহাকাৰ কৰিছে ৰােগীৰ আত্মীয়ই। এনেহেন বিপদৰ সময়ত অক্সিজেনৰ সৰবৰাহ বৃদ্ধি কৰাৰ বাবে আগবাঢ়ি আহিছে দেশৰ অন্যতম অগ্রণী বেচৰকাৰী সংস্থা আইটিচি।

এক বিবৃতিযােগে সংস্থাটোৱে জানিবলৈ দিছে যে দেশত অক্সিজেনৰ নাটনি হ্রাস কৰাৰ উদ্দেশ্যে লিণ্ডে ইণ্ডিয়া নামৰ আন এটা সংস্থাৰ স’তে যৌথভাৱে মিলি বিদেশৰ পৰা ২৪টাকৈ ক্রায়ােজেনিক কনটেইনাৰ (যাৰ প্রতিটোৰে ওজন ২০ টন) আমদানি কৰাৰ বাবে আগবাঢ়িছে। স্মর্তব্য, তেলেংগানাত থকা সংস্থাটোৰ কাৰখানাৰ পৰা ইয়াৰ সংলগ্ন ৰাজ্যত অক্সিজেনৰ সৰবৰাহ আগৰ পৰাই আৰম্ভ কৰিছে ।আইটিচিয়ে। এইবাৰ অন্যান্য ৰাজ্যলৈও অক্সিজেন চিলিণ্ডাৰ এয়াৰলি কৰাৰ দিশে অগ্রসৰ হৈছে সংস্থাটো।

ভেকচিন ল’বলৈ যােৱা যাত্ৰীলৈ ১০ কোটি টকাৰ বিনামূলীয়া ৰাইড উবেৰৰ

বিগত কেইটামান দিনত ভাৰতৰ বিভিন্ন চহৰত কৰ’নাৰ ভেকচিন ল’বলৈ যােৱা যাত্রীক সম্পূর্ণ বিনামূলীয়াকৈ কেব সেৱা প্রদান কৰিছে উবেৰ নামৰ সংস্থাটোৱে। এই পর্যন্ত ৬০ হেজাৰৰাে অধিক যাত্রীয়ে এই সুযােগ লাভ কৰিছে। ভাৰতত কৰ’নাৰ টিকাকৰণ কাৰ্যসূচীক সফল কৰি তােলাত অংশীদাৰ হ’বলৈ সংস্থাটোৱে কলকাতা, মুম্বাই, দিল্লী, চেন্নাই, জয়পুৰ, ডেৰাড়ুন, ভুবনেশ্বৰ, যােধপুৰসহ দেশৰ মুঠ ১৯খন চহৰত এই বিনামূলীয়া ৰাইড আৰম্ভ কৰিছে ।

আর্থিকভাৱে দুর্বল, প্রবীণ নাগৰিক আৰু শাৰীৰিকভাৱে অসুস্থসকলে ১৮০০-১৮০-১২৫৩ টোল ফ্রি নম্বৰত ফোন কৰি আগতীয়াকৈ এনে ৰাইড বুক কৰিব পাৰে। সংস্থাটোৱে জনােৱা মতে, এই পর্যন্ত বিনামূলীয়া ৰাইডৰ সুবিধা লােৱা যাত্রীসকলৰ ৮৬ শতাংশয়েই দিল্লীৰ বাসিন্দা। হেল্পজ ইণ্ডিয়া নামৰ এক স্বেচ্ছাসেৱী সংস্থাৰ স’তে যৌথ সহযােগিতাৰে উবেৰে এই পর্যন্ত ১০ কোটি টকাৰ এনে বিনামূলীয়া ৰাইডৰ বন্দৱস্ত কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ITCReliance IndustriesSundar Pichai
publisher

publisher

Related Posts

বিশেষভাৱে সক্ষম সৰভোগৰ সুমিতা দাসৰ সাফল্য
Assam

April 30, 2026
ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য
Assam

ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্তত সৰ্বস্বান্ত হোৱা ছাত্ৰীৰ সাফল্য

April 30, 2026
দোকানতে বহি অধ্যয়ন, বিজ্ঞান শাখাত ৯০.২%ৰে উজ্বলিল মমিনুৰ ইছলাম
News

April 29, 2026
আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত
News

আৰ্থিক দৈন্য হেঙাৰ নহয় সাফল্য অৰ্জনত

April 29, 2026
দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য
News

দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

April 29, 2026
উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা
News

উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d