Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

সন্ধান ওলাল বিশ্বৰ সবাতােকৈ গধুৰ আমৰ

চাৰি কেজিৰ অধিক ওজনেৰে গঢ়িলে অভিলেখ

publisher by publisher
May 6, 2021
in News, world
Reading Time: 1 min read
0
সন্ধান ওলাল বিশ্বৰ সবাতােকৈ গধুৰ আমৰ
3
SHARES
27
VIEWS
ShareShareShareShare

প্রায় সকলােৰে প্রিয় ফল আম ইতিমধ্যেই বজাৰত ওলাইছে। বাৰীৰ গছৰ পৰা কেঁচা আম পাৰি খােৱাৰ লগতে আচাৰ প্ৰস্তুত কৰিবলৈ যােজা কৰাৰ সময়তে বজাৰত ইতিমধ্যেই দেখা গৈছে চালানী আম।

ADVERTISEMENT

তেনে অৱস্থাতে আকৌ সন্ধান পােৱা গ’ল বিশ্বৰ সবাতােকৈ ডাঙৰ আমটোৰ। আমৰ আদি বাসস্থান হৈছে ভাৰত। সেয়ে আম হৈছে ভাৰতৰ জাতীয় ফল। অথচ ভাৰতত ইমানদিনে বিশ্বৰ সবাতােকৈ বেছি ওজনৰ আমৰ সন্ধান ওলােৱা নাছিল।

RelatedPosts

ক্রেডিট কাৰ্ডৰ বিশ্ব অভিলেখ গঢ়িলে হায়দৰাবাদৰ যুৱকে

কলম্বো-চেন্নাই এয়াৰ ইন্ডিয়া বিমানত চৰাইৰ খুন্দা ! নিৰাপদে অৱতৰণ

থাইলেণ্ড-কম্বোডিয়া যুদ্ধত মৃতকৰ সংখ্যা বৃদ্ধি, ভাৰতীয়ৰ বাবে জাৰি সতৰ্কবাণী

Heaviest mango on the table tcm25 657551

বৰঞ্চ এই অভিলেখ সৃষ্টিকাৰী আমটো পােৱা গৈছে কলম্বিয়াত। ইতিমধ্যেই এই আমটোৰ নাম অন্তর্ভুক্ত হৈছে গীণিছ ৱৰ্ল্ড ৰেকৰ্ডছত। এক আন্তর্জাতিক সংবাদ মাধ্যমৰ খবৰ অনুসৰি, কলম্বিয়াৰ বােয়াক্কা অঞ্চলৰ গুয়াতাৰ ছান মার্টিনৰ এখন ফার্মত কলম্বিয়াৰ দম্পতী জার্মান অৰলাণ্ডো মােতােয়া বাৰেৰা আৰু ৰেইনা মাৰিয়া মাৰােকুইনে এই কীর্তি অর্জন কৰিছে।

তেওঁলােকৰ প্রতিপালনতে বিশ্বৰ সবাতােকৈ ডাঙৰ আমটোৰ সৃষ্টি হৈছে। প্রাপ্ত তথ্য অনুসৰি, এই আমটোৰ ওজন হৈছে ৪.২৫ কেজি। ইয়েই হৈছে বিশ্বৰ সবাতােকৈ বেছি ওজনৰ আম।ইয়াৰ পূর্বে সবাতােকৈ ডাঙৰ আমটো আছিল ফিলিপাইন্সত। সেইটো আমৰ ওজন আছিল ৩.৪৩৫ কেজি।

Heaviest mango in the farm with farmers tcm25 657552

এতিয়া জার্মান আৰু ৰেইনাৰৰ আমটোৱে সেই অভিলেখ ভংগ কৰিলে। এক সাক্ষাৎকাৰত জার্মান আৰু ৰেইনাই কয় যে প্রাথমিকভাৱে আমটো ডাঙৰ হােৱাৰ সময়তে তেওঁলােকে উপলব্ধি কৰে যে ই অন্যান্য ফলতকৈ পৃথক। ইয়াৰ পাছতে তেওঁলােকৰ কন্যাই ইণ্টাৰনেটত সন্ধান কৰি জানিব পাৰে যে তেওঁলােকৰ ফাৰ্মৰ আমটোৱেই বিশ্বৰ সবাতােকৈ গধূৰ আম।

অর্থাৎ তাৰ সমান ওজনৰ কোনাে আম বিশ্বত এটাও নাই। তাৰ পাছতে গীণিছ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তর্ভুক্ত হয় জার্মান, ৰেইনা আৰু তেওঁলােকৰ আমটো। এই সন্দৰ্ভত জার্মানে কয়, ইয়াৰ মাধ্যমেৰে আমি সমগ্র বিশ্বকে জনাব পাৰিলাে যে কলম্বিয়াৰ মানুহাে কর্মঠ।

যিসকলে মনৰ পছন্দৰে খেতিবাতিও কৰে আৰু ইমান সুন্দৰ ফলাে উৎপাদন কৰিব পাৰে। আশা কৰাে কৰ’নাৰ পৰিস্থিতিত এই সাফল্যই অঞ্চলটোৰ আন লােকৰ মুখতাে হাঁহি বিৰিঙাব। তেওঁ এই সাফল্য গুয়ার্তাবাসীলৈকে উছৰ্গা কৰে। অৱশ্যে বিশ্বৰ এই সবাতােকৈ গধূৰ আমটো এতিয়া গছত লাগি থকা নাই।

ইতিমধ্যেই জার্মানহঁতে বিয়াগােম আমটোৰ সােৱাদ লৈছে। আমটো অত্যন্ত মিঠা আছিল, সেই কথাও তেওঁলােকে জনাইছে। অৱশ্যে আমটোৰ এক প্রতিকৃতি তৈয়াৰ কৰি স্মৃতি হিচাপে ইতিমধ্যে তেওঁলােকে স্থানীয় প্রশাসনৰ হাতত তুলি দিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: ColombiaGuinness World RecordReina Maria Marroquín
publisher

publisher

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d