অজাপ-ৰ জিলা ভিত্তিক ক’ভিড সঁহাৰি কোষ গঠন

170595 assam jatiya parishad

সমগ্ৰ দেশৰ লগতে অসমতো দ্ৰুত গতিত বৃদ্ধি পাইছে ক’ভিড সংক্ৰমণ । এনে পৰিস্থিতিত সকলোৱে যথাসম্ভৱ সহায় কৰিবলৈ আগবাঢ়ি আহিছে । অসম জাতীয় পৰিষদ চমুকৈ অজাপ-এও ক’ভিড পজিটিভ ৰোগীসকলৰ বাবে বিভিন্ন সেৱা আগবঢ়াইছে ।

অতিমাৰীৰ সময়ত অজাপে ক’ভিড পজিটিভসকলক ঔষধ, অক্সিজেন, খোৱা ‌সামগ্ৰীকে ধৰি বিভিন্ন সমস্যাৰ পৰা কিছু হ’লেও সকাহ দিবৰ বাবে জিলাভিত্তিক বিশেষ জৰুৰীকালীন ক’ভিড সঁহাৰি কোষ গঠন কৰিছে ।

ক’ভিড জৰুৰীকালীন সঁহাৰি কোষৰ ফোন নম্বৰসমূহ হৈছে ‌-

কামৰূপ মহানগৰ জিলা –
৯১০১৩-২১৬৭৯
৯৪৩৫৭-৩১৮২০

শিৱসাগৰ জিলা –
৮৮২২০-৯১৫৭২

ডিব্ৰুগড় জিলা –
৮৮১২৮-৭৬৪০৪

দৰং জিলা –
৬৯০১৯-৯৭০০১

ধেমাজি জিলা –
৯৯৫৪৩-৩২৪৩০
৯১০১৭-৩০২৬৮
৮৬৩৮২-৪০০৭৪

তিনিচুকীয়া জিলা –
৭৫৭৫৯-৬৯৫৫৭

নলবাৰী জিলা –
৯৯৫৭৪-৪৩০৫২
৯৮৬৪৬-৯৯০৫৮
৮০১১৪-৩০৫১৮
৯৯৫৪৯-০৬০১৩
৮৬৩৮৫-৭৪৬৩৬

হোজাই জিলা –
৯৮৬৪২-২২০২৮
৭০০২৮-৩৫৫৮৯

যোৰহাট জিলা –
৭০০২৭-৯৫২২৭

বঙাইগাঁও জিলা –
৮৬৩৮১-৮২১২৯

লখিমপুৰ জিলা –
৯৭০৬০-৬৮৯৭১

তেজপুৰ জিলা –
৬০২৬৫-৫৬৫০৭

মৰিগাঁও জিলা –
৭০০২৩-১৯২৮৪

বাগসা জিলা –
৯৩৬৫১-০৬৬৯১

বিশ্বনাথ জিলা –
৯৩৯৪১-০৪৯২৯

শদিয়া মহকুমা –
৮৮২২৫-৮৭১৫৬

ধুবুৰী জিলা –
৮৬৩৮২-৭৩০৬১

বজালী জিলা –
৮০১১৪-৩৪৩৬৮
৯৯৫৭৭-০৯১৭৩

কামৰূপ জিলা –
৯৮৬৪২-৯৪২৯৩

প্লাজমা দান কৰিবৰ বাবেও তেওঁলোকে লিংক প্ৰদান কৰিছে । Click Here 

Exit mobile version